(a) তলত দিয়া জতুৱা খণ্ডবাক্যকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা :
(i) হাতত সাৰে ভৰিত সাৰে
(ii) পেটতে হাত ভৰি লুকা
(iii) হাড়ক মাটি কৰ
(iv) নাম ৰাখ
(v) মূৰে কপালে হাত দে
(b) তলত দিয়া ফকৰা-যোজনা দুটাৰ ভাব-সম্প্ৰসাৰণ কৰা :
(i) হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাও
(ii) সাপ মাৰি নেগুৰত বিহ থোৱা
(c) তলত দিয়া শব্দবোৰৰ, প্ৰতিটোৰে একোটাকৈ বিপৰীত অৰ্থবাচক শব্দ লিখা :
(i) সুগম
(ii) এলেহুৱা
(iii) স্বাধীন
(iv) হৰ্ষ
(v) অহিংসা
(vi) পৰিষ্কাৰ
(vii) ৰোগী
(viii) গুণ
(ix) মিত্ৰ
(x) অসুবিধা
(d) তলত দিয়া বাক্যাংশসমূহ এটা শব্দত প্ৰকাশ কৰা :
(i) আনৰ ভাল দেখিব নোৱাৰা
(ii) যি তিৰোতাই ধান দায়
(iii) একে মাকৰ সন্তান
(iv) সোণৰ দৰে উজ্জ্বল বৰণ
(v) যি মানুহে নিজৰ দেশক ভাল পায়
(vi) ঈশ্বৰ আছে বুলি বিশ্বাস নকৰা লোক
(vii) হঠাতে হোৱা যি ঘটনা
(viii) কাপোৰ বব জনা তিৰোতা
(ix) গোটেই জীৱন জুৰি
(x) যাক লংঘন কৰিব নোৱাৰি
40 marks · directive: Grammar and usage
The core of a good answer
The question tests idioms (জতুৱা ঠাঁচ), proverbs (ফকৰা-যোজনা), antonyms and one-word substitution: each item needs the exact meaning or word, and in (a) a natural Assamese sentence.
An outline written by upsc.help, not an official UPSC answer; every fact checked by a separate review. How we work
What the question asks
Four parts of 10 marks each: (a) 2×5, (b) 5×2, (c) 1×10, (d) 1×10. In (a) write one sentence for each idiom in which its meaning is clear; in (b) explain the idea of each proverb in a short paragraph with an example; in (c) give one antonym per word; in (d) give one word per phrase. The answers to (a)(i), (a)(ii) and (d)(iv) are left out here because we could not settle them with certainty; use a standard Assamese grammar (ব্যাকৰণ) book for these three.
Answer outline
Introduction
Answer every item; short, exact answers score better than long explanations.
(a) Idioms
- (i) হাতত সাৰে ভৰিত সাৰে: answer left out (see demand).
- (ii) পেটতে হাত ভৰি লুকা: answer left out (see demand).
- (iii) হাড়ক মাটি কৰ: to toil extremely hard (literally, to turn one's bones to earth). Build a sentence around long, exhausting labour, for example a parent working for a child's education.
- (iv) নাম ৰাখ: to keep up or bring credit to a good name. Build a sentence about someone whose success brings honour to the family or village.
- (v) মূৰে কপালে হাত দে: to be struck with despair or helpless dismay (literally, to put one's hands to head and forehead). Build a sentence about learning of a heavy loss.
(b) Proverbs
- (i) হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাও: even an elephant's foot slips and even a good man's boat sinks; anyone, however strong, able or virtuous, can make a mistake or meet failure, so one should not mock others' mistakes or be over-confident.
- (ii) সাপ মাৰি নেগুৰত বিহ থোৱা: killing the snake but leaving poison in its tail; finishing a task only in part, so that the root of the trouble remains and can cause harm again (for example, treating an illness half way or settling a dispute without removing its cause).
(c) Antonyms
- (i) সুগম: দুৰ্গম
- (ii) এলেহুৱা: পৰিশ্ৰমী
- (iii) স্বাধীন: পৰাধীন
- (iv) হৰ্ষ: বিষাদ
- (v) অহিংসা: হিংসা
- (vi) পৰিষ্কাৰ: অপৰিষ্কাৰ
- (vii) ৰোগী: নীৰোগী
- (viii) গুণ: দোষ
- (ix) মিত্ৰ: শত্ৰু
- (x) অসুবিধা: সুবিধা
(d) One-word substitution
- (i) আনৰ ভাল দেখিব নোৱাৰা: পৰশ্ৰীকাতৰ
- (ii) যি তিৰোতাই ধান দায়: দাৱনী
- (iii) একে মাকৰ সন্তান: সহোদৰ
- (iv) সোণৰ দৰে উজ্জ্বল বৰণ: answer left out (see demand).
- (v) যি মানুহে নিজৰ দেশক ভাল পায়: দেশপ্ৰেমিক
- (vi) ঈশ্বৰ আছে বুলি বিশ্বাস নকৰা লোক: নাস্তিক
- (vii) হঠাতে হোৱা যি ঘটনা: আকস্মিক
- (viii) কাপোৰ বব জনা তিৰোতা: শিপিনী
- (ix) গোটেই জীৱন জুৰি: আজীৱন
- (x) যাক লংঘন কৰিব নোৱাৰি: অলংঘনীয়
Conclusion
Check that each antonym is of the same part of speech as the given word, and that each one-word answer covers the whole phrase.
Facts to remember
- Many antonyms are formed with prefixes: স্ব/পৰ (স্বাধীন, পৰাধীন), সু/দুৰ্ (সুগম, দুৰ্গম), অ- (অহিংসা, হিংসা; অসুবিধা, সুবিধা).
- নাস্তিক is one who does not believe in God; its opposite is আস্তিক.